Breaking News

বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছে কৰা যুদ্ধৰ প্ৰথম শ্বহীদ মৃদুল ইছলামঃ ভূপেন বৰা | News12AssamNE


Published on YouTube: বিজেপিৰ দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছে কৰা যুদ্ধৰ প্ৰথম শ্বহীদ মৃদুল ইছলামঃ ভূপেন বৰা | News12AssamNE আজি কংগ্ৰেছ দলে আদানিৰ দুৰ্নীতি, স্মাৰ্ট মিটাৰৰলুণ্ঠনৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ প্ৰতিবাদীসকলে ৰাজভৱনলৈ ওলোৱা এক প্ৰতিবাদী সমদলত আৰক্ষীয়ে প্ৰচণ্ড বাধা প্ৰদান কৰাৰ লগতে অতি ওচৰৰ পৰা কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলতে অধিবক্তা মৃদুল ইছলামৰ মৃত্যু হয় ৷ ইয়াক লৈ প্ৰতিবাদ অব্যাহত থকাৰ লগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ভূপেন বৰাই। Welcome to NEWS12 ASSAM NORTHEAST, A Bilingual Digital Cable TV and online News channel.. Follow our Facebook Page: https://ift.tt/YKM0691 Twitter Handle: http://www.twitter.com/AssamNews12 Subscribe to our YouTube Channel : http://www.youtube.com/c/News12AssamNE Join our WhatsApp group: https://ift.tt/Tl1bhS5 Visit our Website: https://ift.tt/1pOUWCv or Call us on +91 600-235-1113 Welcome to News 12 Assam North East, News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ। News 12 অসম North East ৰ মূখ্য কাৰ্যালয় কাৰ্বি আংলং (অসম) | Regards, News 12 Assam North East https://www.youtube.com/watch?v=wgULRKxnry4

No comments