উত্তৰ অসমৰ বিহালীৰ পৰাই বিজেপিক বিদায় দিব ৰাইজেঃ বিহালীত সাংসদ গৌৰব গগৈৰ সংবাদমেল | News 12 AssamNE

Published on YouTube: উত্তৰ অসমৰ বিহালীৰ পৰাই বিজেপিক বিদায় দিব ৰাইজেঃ বিহালীত সাংসদ গৌৰব গগৈৰ সংবাদমেল | News 12 AssamNE বিহালীৰ বৰগাঙৰ ৰাজীৱ ভৱনত সাংসদ গৌৰব গগৈৰ সংবাদমেল। এই অনুষ্ঠানতে যোৱা ২০২১ চনৰ বিহালীৰ অজাপ প্ৰাৰ্থী অঞ্জন উপাধ্যায়, ২০২১ চনৰ ৰঙাপাৰা সমষ্টিৰ অজাপৰ প্ৰাৰ্থী তথা আটছাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক অজয় তাঁতী, প্ৰাক্তন আটছা নেতা প্ৰলয় হিয়াল আৰু বিশ্বনাথ জিলা চাহ শক্তি সম্পাদক দুলন গোৱালাসহ কেইবাগৰাকী লোকে আনুষ্ঠানিকভাবে কংগ্ৰেছ দলত যোগদান কৰে। Welcome to NEWS12 ASSAM NORTHEAST, A Bilingual Digital Cable TV and online News channel.. Follow our Facebook Page: https://ift.tt/uo4bXsC Twitter Handle: http://www.twitter.com/AssamNews12 Subscribe to our YouTube Channel : http://www.youtube.com/c/News12AssamNE Join our WhatsApp group: https://ift.tt/W7Ie9DN Visit our Website: https://ift.tt/d1lryJH or Call us on +91 600-235-1113 Welcome to News 12 Assam North East, News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ। News 12 অসম North East ৰ মূখ্য কাৰ্যালয় কাৰ্বি আংলং (অসম) | Regards, News 12 Assam North East https://www.youtube.com/watch?v=gP3eC8RYsl8
No comments