সদৌ অসম আদিবাসী শান্তি সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল | News 12 Assam North East

Published on YouTube: সদৌ অসম আদিবাসী শান্তি সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল | News 12 Assam North East আদিবাসী শান্তি চুক্তিৰ দফাসমূহ ৰূপায়ণ, আদিবাসী শান্তি চুক্তিৰ প্ৰতি অৱহেলা, সংগঠনৰ সদস্যসকলৰ নামত থকা বিভিন্ন গোচৰসমূহ উঠাই নোলোৱাত চুক্তিত উল্লেখিত গোচৰ নিষ্পত্তি চৰ্তৰ তাত্পৰ্য,পূৰ্ণ সংস্থাপনৰ আওতাৰ পৰা বঞ্চিত হৈ ৰোৱাৰ মন্তব্য কৰে। আদিবাসী কল্যাণ ও উন্নয়ন পৰিষদখনৰ মূল পদবীসমূহ নামনি অসমত কেন্দ্ৰিত কৰাক লৈ এই পৰিষদ কেৱল নামনি অসমৰ নে সমগ্ৰ অসমৰ তাক লৈ স্পষ্ট কৰিবলৈ জনোৱাৰ লগতে অসম চৰকাৰে গঠন কৰি দিয়া অন্তৱৰ্তীকালীন পৰিষদখনৰ কাৰ্যকাল শেষত হোৱাত এই সমিতি ভংগ কৰি এখন পূৰ্ণাংগ পৰিষদ গঠনৰ আহ্বান জনায়। Welcome to NEWS12 ASSAM NORTHEAST, A Bilingual Digital Cable TV and online News channel.. Follow our Facebook Page: https://ift.tt/uIWexNE Twitter Handle: http://www.twitter.com/AssamNews12 Subscribe to our YouTube Channel : http://www.youtube.com/c/News12AssamNE Join our WhatsApp group: https://ift.tt/AnJpC3o Visit our Website: https://ift.tt/tMZwfOb or Call us on +91 600-235-1113 Welcome to News 12 Assam North East, News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ। News 12 অসম North East ৰ মূখ্য কাৰ্যালয় কাৰ্বি আংলং (অসম) | Regards, News 12 Assam North East https://www.youtube.com/watch?v=lgdYnk5oFC8
No comments