Breaking News

বোকাজানত শিক্ষক দিৱসৰ বিস্তৃত কাৰ্যসূচী ৰূপায়ণ | News 12 Assam North East


Published on YouTube: বোকাজানত শিক্ষক দিৱসৰ বিস্তৃত কাৰ্যসূচী ৰূপায়ণ | News 12 Assam North East আজি শিক্ষক দিৱস। শিক্ষকসকলৰ সন্মানাৰ্থে তথা শিক্ষকসকলক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ ১৯৬২ চনৰ পৰা ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। সমগ্ৰ দেশৰ লগতে বোকাজানৰ বিভিন্ন শিক্ষানুষ্ঠানত আয়োজন কৰা হয় শিক্ষক দিৱসৰ বিস্তৃত কাৰ্যসূচী। Welcome to News 12 Assam North East, News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ। News 12 অসম North East ৰ মূখ্য কাৰ্যালয় কাৰ্বি আংলং (অসম) | Regards, News 12 Assam North East https://www.youtube.com/watch?v=UFa4jRjkSM0

No comments