অত্যাধিক বিদ্যুৎ মাচুল পৰিশোধকলৈ ডিমৌত প্ৰতিবাদ সাব্যস্ত | News 12 Assam North East

Published on YouTube: অত্যাধিক বিদ্যুৎ মাচুল পৰিশোধকলৈ ডিমৌত প্ৰতিবাদ সাব্যস্ত | News 12 Assam North East অসমৰ বিদ্যুৎ বিভাগে প্ৰচলন কৰা স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ কৰাৰ দাবীত আজি শিৱসাগৰ ডিমৌত বহুকেইটা জাতীয় সংগঠনে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। আটাছু, অসমীয়া যুৱমঞ্চ, আটছা, কৃষক মুক্তিসহ কেইবাটাও সংগঠনে বিক্ষোভ প্ৰদৰ্শনৰ লগতে ডিমৌস্থিত APDCL ৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । Welcome to NEWS12 ASSAM NORTHEAST, A Bilingual Digital Cable TV and online News channel.. Follow our Facebook Page: https://ift.tt/9cFpxfg Twitter Handle: http://www.twitter.com/AssamNews12 Subscribe to our YouTube Channel : http://www.youtube.com/c/News12AssamNE Join our WhatsApp group: https://ift.tt/tW8EK7G Visit our Website: https://ift.tt/CQDxJPX or Call us on +91 600-235-1113 Welcome to News 12 Assam North East, News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ। News 12 অসম North East ৰ মূখ্য কাৰ্যালয় কাৰ্বি আংলং (অসম) | Regards, News 12 Assam North East https://www.youtube.com/watch?v=3h2VMgUwoGg
No comments