ঐতিহাসিক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ ড০ জিতেন হাজৰিকাৰ

Published on YouTube: ঐতিহাসিক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ ড০ জিতেন হাজৰিকাৰ শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়নভুক্ত উপাচাৰ্য ড০ জিতেন হাজৰিকা আজি উপস্থিত হয় শিৱসাগৰ বিশ্ববিদ্যালয়ত। শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ প্ৰথমখন পতাকা উত্তোলন কৰে ড০ জিতেন হাজৰিকাই। Welcome to NEWS12 ASSAM NORTHEAST, A Bilingual Digital Cable TV and online News channel.. Follow our Facebook Page: https://ift.tt/ywD1Nam Twitter Handle: http://www.twitter.com/AssamNews12 Subscribe to our YouTube Channel : http://www.youtube.com/c/News12AssamNE Join our WhatsApp group: https://ift.tt/29GQ1Rv Visit our Website: https://ift.tt/eYrqpAB or Call us on +91 600-235-1113 Welcome to News 12 Assam North East, News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ। News 12 অসম North East ৰ মূখ্য কাৰ্যালয় কাৰ্বি আংলং (অসম) | Regards, News 12 Assam North East https://www.youtube.com/watch?v=q1w4m9z9EdI
No comments