Breaking News

নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিষয় সন্দৰ্ভত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল | News12AssamNE


Published on YouTube: নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ বিষয় সন্দৰ্ভত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল | News12AssamNE 👉শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল 👉জনজাতিকৰণ বিষয়ক লৈ সংবাদমেল সম্বোধন 👉প্ৰতিখন চৰকাৰে প্ৰতাৰণা কৰাৰ মন্তব্য 👉আহোমক কেৱল ভোটাৰ হিচাপে ব্যৱহাৰ কৰি অহাৰ মন্তব্য 👉শাসনৰ গাদীত বহিলে পাহৰি যায় জনগোষ্ঠীৰ কথা 👉সমালোচনা পাত্র নহ'বলৈ মন্তব্যৰ পৰা বিৰত থাকে 👉কীৰ্তিচিহ্নৰ প্ৰতিও বিধিগত ব্যৱস্থা গ্রহণ কৰা নাই 👉এই মন্তব্য কৰে সংবাদমেলত Welcome to NEWS12 ASSAM NORTHEAST, A Bilingual Digital Cable TV and online News channel.. Follow our Facebook Page: https://ift.tt/PQX2TzK Twitter Handle: http://www.twitter.com/AssamNews12 Subscribe to our YouTube Channel : http://www.youtube.com/c/News12AssamNE Join our WhatsApp group: https://ift.tt/Plxpty4 Visit our Website: https://ift.tt/OstPZmT or Call us on +91 600-235-1113 Welcome to News 12 Assam North East, News 12 Assam North East হৈছে, প্ৰাথমিকভাৱে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে সমৰ্পিত দ্বি-ভাষিক ইলেক্ট্ৰনিক আৰু Cable সংবাদ প্ৰেৰণৰ মাধ্যম। ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ যুগত News 12 অসম North East কেৱল বাতৰি আৰু তথ্য প্ৰচাৰৰ মাধ্যমেই নহয়, ই শিক্ষা, বিত্ত, ক্ৰীড়া, মনোৰঞ্জন, কৃষি, সমকালীন ঘটনা প্ৰবাহ ইত্যাদিৰ এখন বৃহৎ ক্ষেত্ৰৰ জ্ঞান আৰু তথ্যবিস্তাৰ তথা প্ৰচাৰৰ উৎকৃষ্ট মাধ্যম। গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ জনসাধাৰণক সেই ক্ষেত্ৰখনৰ উন্নয়ন সম্পৰ্কিত সকলোবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰি আৰু ঘটনা প্ৰতিফলিত কৰাত, ঘাইকৈ সৰ্বসাধাৰণ জনতাৰ সমস্যাসমূহ তেওঁলোকৰ পৰা প্ৰশাসনিক ক্ষেত্ৰলৈ যোগসূত্ৰ স্থাপনৰ বাবে News 12 অসম North East প্ৰতিশ্ৰুতিবদ্ধ। News 12 অসম North East ৰ মূখ্য কাৰ্যালয় কাৰ্বি আংলং (অসম) | Regards, News 12 Assam North East https://www.youtube.com/watch?v=qMs4knbBV9I

No comments