Breaking News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ


 📌প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

📌প্ৰধানমন্ত্ৰীগৰাকীক সহযোগিতাৰ বাবে অসমবাসীৰ হৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন

📌বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী বিষয়েও অৱগত

📌অসম ভ্ৰমণৰ লগতে কামাখ্যা কৰিড'ৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন, যোৰহাটত মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ উদ্বোধন আৰু অন্যান্য কল্যাণমূলক কাৰ্যসূচীৰ শুভাৰম্ভৰ বাবে অসমবাসীৰ হৈ আমন্ত্ৰণ

📌২০২৪ বৰ্ষত 'আছাম বিজনেছ ছামিট' আয়োজনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীৰ দিহা-পৰামৰ্শ গ্ৰহণ

No comments