Breaking News

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ পদত্যাগ পত্ৰ


📌 আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ পদত্যাগ

📌লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল আনন্দ মিশ্ৰ

📌পদত্যাগ বিচাৰি আবেদন জিলা আৰক্ষী অধীক্ষকগৰাকীৰ

📌ব্যক্তিগত তথা সামাজিক ক্ষেত্ৰত কাম কৰি যোৱাৰ মানসেৰে অব্যাহতি পত্ৰ

📌ভাৰতীয় আৰক্ষী সেৱাৰ দায়িত্বৰ অব্যাহতি দিবলৈ আহ্বান

📌শেহতীয়াকৈ মণিপুৰ কাণ্ডৰ তদন্তৰ বাবে এছআইটিৰ দায়িত্ব লাভ কৰিছিল বিষয়াগৰাকী


No comments