Breaking News

গোলাঘাটত হেৰ'ইনসহ এজনক আটক

 👉গোলাঘাটত হেৰ'ইনসহ এজনক আটক

👉জব্দ ১. ১১৬ কিলোগ্ৰাম নিষিদ্ধ হেৰ'ইন

👉৯০ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল হেৰ'ইনখিনি

👉এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে



No comments