মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ নতুন দিন ঘোষণা
📌মেট্ৰিক পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল
📌পৰীক্ষাৰ মাত্ৰ কেই ঘন্টামানৰ পূৰ্বে ফাদিল হয় বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত
📌লগে লগে মাজনিশা ছেবাই প্ৰকাশ কৰে নিৰ্দেশনা
📌অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল কৰে ছেবাই
📌আজি বাতিল কৰা বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ নতুন দিন ঘোষণা
📌৩০ মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব আজি বাতিল হোৱা বিজ্ঞান বিষয়ৰ পৰীক্ষা
No comments