আদিবাসী পিপʼলছ লিবাৰেশ্যন আৰ্মী, AAPLAৰ ৯ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ
👉আদিবাসী পিপʼলছ লিবাৰেশ্যন আৰ্মীৰ ৯ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ
👉গোলাঘাট, কাৰ্বি আংলঙৰ পৰা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ
👉উপ মুখ্য সেনাধক্ষ্য, কমাণ্ডাৰ আৰু মেজৰসহ কেডাৰৰ আত্মসমৰ্পণ
👉স্বয়ম্ভু উপ-মুখ্য সৈনাধ্যক্ষ জয়ন্ত হাও (৩১), এৰিয়া কমাণ্ডাৰ ডিমেশ ওৰাং (২৬), মেজৰ জেনেৰেল চাহাটʼ ইমচুংগাৰ (২৪), বিমল টপ্ন (৪৫), চটু কৰ্মকাৰ (২৪), গোপাল বৰাইক (৩৮), চৌজা শ্যাম (২৩), জোচেফ বাৰ্লা (৩৮) আৰু পল খাৰিয়া (৩৪)ৰ আত্মসমৰ্পণ
👉আৰক্ষীক চমজাই দিয়ে এটা চেমি অটোমেটিক পইন্ট ২২ ৰাইফল, এটা এছ বি বি এল বন্দুক, এটা হাতে সজা বন্দুক, এটা পইন্ট ২২ ৰাইফল, এটা পইন্ট ৩২ পিষ্টল, দুটা গ্ৰেণেড, ৩২ ৰাউণ্ড পইন্ট ২২ সজীৱ গুলি

No comments