Breaking News

ভূৰাগাঁও মহাবিদ্যালয়ত তলাবন্ধ কাৰ্যসূচী ঘোষণা

লাহৰিঘাট, ৬ আগষ্টঃ যোৱা ০২/০২/২১ তাৰিখে প্ৰাদেশীকৃত হোৱা মহাবিদ্যালয়সমূহৰ অনা-শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা ফিক্স পে পদ্ধতিৰে প্ৰদান কৰি আছে। উক্ত পদ্ধতিৰ পৰিৱৰ্তে নিয়মীয়া-কৰ্মচাৰীৰ সমাহাৰত দৰমহা আৰু ভাত্তা প্ৰদানৰ দাবীত অসম স্নাতক মহাবিদ্যালয় অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ অন্তৰ্গত ৩৩ খন মহাবিদ্যালয়ৰ লগতে ভূৰাগাঁও  মহাবিদ্যালয়তো অহা সোমবাৰৰ পৰা তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিছে। 

No comments