👉নগাঁৱত হেৰ'ইনসহ দুজনক গ্ৰেপ্তাৰ
👉হয়বৰগাওঁ আৰক্ষীয়ে শুক্ৰবাৰে নিশা আটক কৰে দুই দুৰ্ধষ ড্ৰাগছ সৰবৰাকাৰীক
👉হয়বৰগাওঁ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত চলিছিল অভিযান
👉আটক ৰফিকুল ইছলাম, বাবুল ইছলাম
👉১৮ টা হেৰ'ইন ভৰ্তি কণ্টেনাৰ জব্দ
👉পূৰ্বেও ড্ৰাগছ সম্পৰ্কীয় এক গোচৰত গ্ৰেপ্তাৰ হৈছিল ৰফিকুল
No comments