লাহৰিঘাটত মহিলা নিৰুদ্দেশৰ ঘটনা
👉 লাহৰিঘাটত মহিলা নিৰুদ্দেশৰ ঘটনা
👉 নিৰুদ্দেশ হয় ৬২ বছৰীয়া জাহেৰা খাতুন নামৰ মহিলাগৰাকী
👉স্বামীৰ গৃহ তেজপুৰৰ পৰা লাহৰীঘাটৰ পিতৃৰ গৃহলৈ আহি থাকোতে নিৰুদ্দেশ হয় বুলি জানিবলৈ দিয়ে মহিলাগৰাকীৰ আত্মীয়ই
👉 যোৱা দেওবাৰে পুৱা ৮ বজাত তেজপুৰৰ পৰা বাছেৰে লাহৰিঘাটলৈ ৰাওনা হৈছিল যদিও বৰ্তমানলৈকে ঘৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকে
👉 কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ সন্ধান পালে 75789-94731 অথবা 80759-30534 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে
No comments