Breaking News

আমগুৰিত জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাক বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সম্বৰ্ধনা

শিৱসাগৰ, ১৮ মাৰ্চঃ শিৱসাগৰ জিলাৰ আমগুৰিত অনুষ্ঠিত হৈছে অসমৰ ভ্ৰাম্যমাণ নাট্য দল ইতিহাস থিয়েটাৰ। বৃহস্পতিবাৰে নিশা ইতিহাস থিয়েটাৰৰ মঞ্চত ৰাজ্যৰ বলিষ্ঠ তথা জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাক বিশেষভাৱে সম্বৰ্ধনা জনালে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই। শদিয়াৰ পৰা ধুবুৰীলৈকে ব্যাপক জনপ্ৰিয়তা থকা অভিনেতা মৃদুল ভূঞাক বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ এই সম্বৰ্ধনা কাৰ্যসূচীক সকলোৱে এক মুখে শলাগ লৈছে।



No comments