Breaking News

সৰুপথাৰত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত

ধনশিৰি, ২৮ ডিচেম্বৰঃ সোমবাৰে নুমলীগড় শোধানাগাৰৰ সামাজিক উন্নয়ন আঁচনিৰ অধীনত যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ উদ্যোগত সৰুপথাৰ লায়ঞ্চ ক্লাবৰ সহযোগত সৰুপথাৰ হনুমান মন্দিৰত এটা বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। যোৰহাট লায়ঞ্চ চকু চিকিৎসালয়ৰ মুখ্য সমন্বয়ক অমৰ জ্যোতি বৰঠাকুৰে আঁত ধৰা শিবিৰতো উদ্ধোধন কৰে কুশল গিনৰিয়াই । উক্ত শিবিৰত বহু কেইগৰাকী দৰিদ্ৰ ৰোগীৰ বিনামূলীয়াকৈ চকু পৰীক্ষা কৰা হয় ।



No comments