শ্বহীদক অপমান কৰা বিতৰ্কিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ
🔶শ্বহীদক অপমান কৰা বিতৰ্কিত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ
🔶আজি সন্ধিয়া দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে বিতৰ্কিত বিধায়কগৰাকীক
🔶জাতীয় শ্বহীদ দয়ানন্দ শৰ্মাসহ শ্বহীদসকলৰ সন্দৰ্ভত অপমানসূচক মন্তব্য কৰিছিল শ্বেৰমান আলীয়ে
🔶অসমৰ জাতীয় বীৰ শ্বহীদসকলক ঘাতক আখ্যা দিছিল বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে
🔶বিধায়কগৰাকীৰ এই বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ
🔶বিভিন্ন দল সংগঠনেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজাহাৰ দাখিল কৰিছিল বিতৰ্কিত বিধায়কগৰাকীৰ বিৰুদ্ধে
🔶অৱশেষত দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰা হয় শ্বেৰমান আলীক
🔶বৰ্তমান পাণবজাৰ থানালৈ লৈ যোৱা হৈছে বিধায়কগৰাকীক
No comments