গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ শপত গ্ৰহণ
🔶গুজৰাটৰ নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ
🔶আজি নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিজেপি বিধায়ক ভূপেন্দ্ৰ পেটেলে
🔶গান্ধীনগৰৰ ৰাজভৱনত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান
🔶কালি সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হৈছিল বিধায়ক ভূপেন্দ্ৰ পেটেলক
🔶আজি গুজৰাটৰ ১৭ তম মুখ্যমন্ত্ৰী হিচাপ শপত গ্ৰহণ কৰে ভূপেন্দ্ৰ পেটেলে
No comments