Breaking News

নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন

🔶নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন

🔶মুঠ ছয়খন আসনৰ বাবে অনুষ্ঠিত হব ৰাজ্যসভাৰ নিৰ্বাচন

🔶তামিলনাডু, পশ্চিম বংগ, অসম, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন

🔶অসমৰ এখন আসনৰ বাবে ৪ অক্টোবৰত অনুষ্ঠিত হ'ব  নিৰ্বাচন

🔶১০ মে তাৰিখে খালী হৈছিল বিশ্বজিৎ দৈমাৰীৰ আসন

🔶১৫ ছেপ্তেম্বৰত নিৰ্বাচন আয়োগে জাৰি কৰিব নিৰ্বাচনী অধিসূচনা  

🔶মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন ২২ ছেপ্তেম্বৰ

🔶প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ২৭ ছেপ্টেম্বৰ

No comments