Breaking News

অসম আৰক্ষীত ব্যাপক ৰদ-বদল

▶️ অসম আৰক্ষীত ব্যাপক ৰদ-বদল

▶️ APS বিষয়া কুলেন্দ্র নাথ ডেকাক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি 

▶️ APS বিষয়া অনিৰ্বাণ শৰ্মাক বজালীৰ অতিঃ আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি

▶️ APS বিষয়া দীপাংকৰ দত্ত লহকৰক ধুবুৰীৰ উপ আৰক্ষী অধীক্ষক হিচাপে 

▶️ APS বিষয়া লৱ কুমাৰ ডেকাক চিৰাঙৰ উপ আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি

▶️ APS বিষয়া মৃদুল বৰুৱাক  গুৱাহাটীৰ উপ আৰক্ষী অধীক্ষক (CID) হিচাপে বদলি

▶️ APS বিষয়া আব্দুল ৰচিদক বৰমণিপুৰ মৰিগাঁও উপ আৰক্ষী অধীক্ষক হিচাপে বদলি

▶️ APS বিষয়া জিয়াউৰ ৰহমানক গুৱাহাটীৰ উপ আৰক্ষী অধীক্ষক (CID) হিচাপে বদলি



No comments