Breaking News

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজৰ দেহাৱসান

◾জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজৰ দেহাৱসান

◾৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকী

◾কৰ্ণাটকৰ মেংগালুৰু চিকিৎসালয়ত মৃত্যুবৰণ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী

◾ৰাজ্যসভাৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল জ্যেষ্ঠ নেতাগৰাকী

◾কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল  অস্কাৰ ফাৰ্ণাণ্ডেজ

◾AICC ৰ সাধাৰণ সম্পাদক  হিচাপেও কৰ্মৰত আছিল তেখেত

◾ জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত এতিয়া শোৰ প্ৰকাশ কৰিছে বহু ৰাজনীতিবিদে



No comments