ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণ আৰু নুমলীগড় শোধনাগাৰৰ মাজত গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত
🔶ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণ আৰু নুমলীগড় শোধনাগাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত
🔶নুমলীগড় শোধনাগাৰ টাউনশ্বিপৰ কুঞ্জলতা প্ৰেক্ষাগৃহত আয়োজিত হয় উক্ত অনুষ্ঠান
🔶এই চুক্তি অনুসৰি নুমলীগড়ৰ ধনশিৰি নৈৰ ঘাটেদি পাৰাদ্বীপলৈ নুমলীগড় শোধনাগাৰৰ উৎপাদিত তৈলজাত সামগ্ৰী আৰু খাৰুৱা তেল সৰবৰাহ কৰা হ'ব ।
🔶অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় জাহাজ,বন্দৰ,আৰু আয়ুস মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়
🔶এই চুক্তি স্বাক্ষৰ হোৱাৰ পূৰ্বে ধনশিৰি নৈৰ ঘাট পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ
🔶অনুষ্ঠানত কৃষি মন্ত্ৰী শ্ৰী অতুল বৰা, দেৰগাঁৱৰ বিধায়ক শ্ৰী ভৱেন্দ্ৰনাথ ভৰালী, সৰুপথাৰৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকন, শোধনাগাৰৰ পৰিচালন সঞ্চালক শ্ৰী এইচ কে বৰুৱা আৰু আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণৰ কাৰিকৰী পৰিচালক শ্ৰী আশুতোষ গৌতমৰ অংশগ্ৰহণ
No comments