Breaking News

প্ৰতিষ্ঠা দিৱসৰ দিনাই শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সন্থাই সম্বৰ্দ্ধনা জনালে বৰ্ষীয়ান সাংবাদিকক

🔶প্ৰতিষ্ঠা দিৱসৰ দিনাই অৰ্থাৎ কালি শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সন্থাই সম্বৰ্দ্ধনা জনালে বৰ্ষীয়ান সাংবাদিকক  

🔶গ্ৰাম্য সাংবাদিক সংন্থা, অসমৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই অসমীয়া সংবাদ জগতলৈ বৰঙণি আগবঢ়োৱা শিৱসাগৰ জিলাৰ দুজন বৰ্ষীয়ান সাংবাদিক ক্ৰমে কালুগাঁৱৰ খগেন্দ্ৰনাথ ভূঞা আৰু আমগুৰিৰ প্ৰদীপ দত্তক শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সন্থাই ঘৰত গৈ সম্বদ্ধনা জ্ঞাপন কৰে

🔶এখন গামোচা, একোটা গছপুলি, গ্ৰন্থৰ টোপোলা আৰু এখন সম্বৰ্দ্ধনা পত্ৰৰে বৰ্ষীয়ান সাংবাদিক কেইজনক সন্মান জনোৱা হয়

🔶ক'ভিড পৰিস্থিতিৰ বাবে অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে ঘৰে ঘৰে গৈ পালন কৰা হয় এই কাৰ্যসূচী




No comments