Breaking News

বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ

🔼বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ

🔼 দেশৰ ৰাজধানী দিল্লীত বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ

🔼সংবাদ মাধ্যমক এইকথা জনালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে

🔼আন্তঃৰাষ্ট্ৰীয় তথ্য অনুসৰি শীঘ্ৰে কোভিড-১৯ৰ তৃতীয় ঢৌও আহি আছেক'ভিড প্ৰতিষেধকৰ টীকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে চৰকাৰে কোনো ৰিস্ক ল'ব নিবিচাৰে

🔼মন্তব্য কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে



🔼আনহাতে ৰাজধানী দিল্লীত কৰোনাৰ ঘটনা হ্ৰাস পোৱাৰ লগতে দিল্লী চৰকাৰে ভাইৰাছটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে বুলিও মন্তব্য কৰে

🔼ক'ভিডৰ তৃতীয় ঢৌক অতিক্ৰম কৰিবলৈ দিল্লীত প্ৰস্তুতি চলি আছে

🔼কভিডৰ বিৰুদ্ধে দিয়া যুঁজখন শক্তিশালী কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনৰ দ্বাৰা সকলো সম্ভৱ পদক্ষেপ লোৱা হৈছে বুলিও জানিবলৈ দিয়ে




No comments