আইপিএছ বিষয়া অনুৰাগ টানখা আৰু নাই
🔶জ্যেষ্ঠ ভাৰতীয় আৰক্ষী সেৱা (IPS) বিষয়া অনুৰাগ টানখা আৰু নাই
🔶দীৰ্ঘদিনৰ পৰা কৰ্কট ৰোগৰ
সৈতে যুঁজি আহিছিল আইপিএছ বিষয়াগৰাকী
🔶দিল্লীত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিষয়াগৰাকীয়ে
🔶অৱশেষত কৰ্কট ৰোগৰ সৈতে
চলা যুঁজখনত হাৰ মানে বিষয়াগৰাকী
🔶আৰক্ষী গৱেষণা আৰু
উন্নয়ন ব্যুৰোত ইন্সপেক্টৰ জেনেৰেল(IG)ৰ দায়িত্বত আছিল বিষয়াগৰাকী

No comments