খটখটী আৰক্ষীৰ তালাচীত দুটা পিষ্টলসহ আটক এজন যুৱক | News 12 Assam North East

Published on YouTube: খটখটী আৰক্ষীৰ তালাচীত দুটা পিষ্টলসহ আটক এজন যুৱক | News 12 Assam North East খটখটী আৰক্ষীৰ সফল অভিযান আৰক্ষীৰ তালাচীত দুটা পিষ্টলসহ আটক এজন যুৱক উক্ত যুৱকজন চাহিল খান ওৰফে চলমান খান উদ্ধাৰ এটা .২২ পিষ্টল, এটা ৭.৬৫ পিষ্টল, ৭ জাঁই সজীৱ গিলী ... https://www.youtube.com/watch?v=5SNUGumxLVk
No comments