Breaking News

অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান বৰছিং বে'ক কনিষ্টবললৈ নিযুক্তি

🔶অসম আৰক্ষীৰ গৃহৰক্ষী জোৱান বৰছিং বে'ক কনিষ্টবললৈ নিযুক্তি

🔶আজি অসম আৰক্ষীৰ কনিষ্টবল হিচাবে নিযুক্তি প্ৰদান কৰা হয়

🔶নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

🔶কিছুদিন পূৰ্বে জোৱানগৰাকীৰ  তপৰতাত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল

🔶চছিয়েল মিডিয়াত তেখেতৰ কৰ্তব্যনিষ্ঠতা হৈ পৰিছিল আলোচনাৰ বিষয়

🔶আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বৰছিং বে'ক সততাৰ পুৰস্কাৰ হিচাপে আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰে



No comments