Breaking News

বাতিল হ’ল মহা অম্বুবাচী মেলা


🔶বাতিল হল মহা অম্বুবাচী মেলা

 

🔶মহামাৰী কভিডৰ সংক্ৰমণৰ  এইবছৰো বাতিল  অম্বুবাচী মেল

 

🔶কৰণা মহামাৰীৰ বাবে মা-কামাখ্যা ধামত অম্বুবাচী মেলা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

 

🔶দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ মাজত অনুষ্ঠিত সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

 

🔶কেৱল পূজা আৰু ধৰ্মীয় ৰীতি-নীতিসমুহ পালন কৰিব

 

🔶অম্বুবাচীৰ সময়ছোৱাত কামাখ্যা ধামলৈ অহা কোনো তীৰ্থযাত্ৰী বা সাধু-সন্ন্যাসীৰ আগমনৰ ক্ষেত্ৰত তথা  থকা আৰু খোৱাৰ ক্ষেত্ৰত মন্দিৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা নাথাকিব বুলি জানিবলৈ দিয়ে

 

🔶অহা ২২ জুন তাৰিখৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হোৱাৰ কথা আছিল

 

🔶ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৩০জুনলৈকে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ






No comments