Breaking News

ক’ভিড-১৯ ৰ দুয়োটা প্ৰতিষেধক গ্ৰহণ কৰা সকলো চৰকাৰী কৰ্মচাৰীয়ে পুনৰ যোগদান কৰিব লাগিব কাৰ্যালয়তঃ ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নিৰ্দেশনা

🔶ক’ভিড-১৯ ৰ দুয়োটা প্ৰতিষেধক গ্ৰহণ কৰা সকলো চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয়ত পুনৰ যোগদান কৰিব লাগিব

🔶 অহা ১৪ জুনৰ পৰা নিয়মীয়াকৈ যোগদান কৰিবলৈ দিয়া হৈছে নিৰ্দেশ  

🔶 ৰাজ্য চৰকাৰে জাৰি কৰিছে এক নিৰ্দেশনা 

🔶 অৱশ্যে আন আন ক'ভিড প্ৰট’কলসমূহ মানি চলিব লাগিব কৰ্মচাৰীসকলে



No comments