Breaking News

টকিঅ’ অলিম্পিকলৈ অসমৰ লভলিনা বৰগোহাঁইৰ যোগ্যতা অৰ্জন

🔶অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সুখবৰ

🔶টকিঅ অলিম্পিকলৈ অসমৰ লভলিনা বৰগোহাঁই যোগ্যতা অৰ্জন

🔶ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব লাভলিনাই

🔶অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ

🔶টকিঅ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা লাভলিনা

🔶গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী লাভলিনা বুঢ়াগোঁহাই



 

No comments